XtGem Forum catalog
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

তৰা দেশৰ কাহিনী © সঞ্জীৱ বৰুৱা , শিৱসাগৰ

ক'ত হেৰাল মোৰ
নীলাভ আকাশৰ শুকুলা
ডাৱৰৰ ৰদালি !
জোনটোয়ে হাতবাউল দিয়ে
তৰাদেশলৈ মোক !
সপোনৰ সমাধিত গুলাপৰ
আছে জানো আদৰ ?
ঠিকনাৰ পৰিভাষাত
এটি উৰুখা ছালৰ
গাঠি ছিগি ভাজ লোৱা
এটি সপোন ।
য'ত আন্ধাৰ আৰু বিষাদৰ
অহৰহ মিতিৰালি ।
দিনবোৰো ৰাতি হৈ যোৱা হ'লে
তৰাদেশত বিচাৰিলোহেতেন
মোৰ প্ৰেমৰ সমাধি ।

ঠিকনা -গেলেকী বামগাওঁ
জিলা - শিৱসাগৰ
মোবাইল -9954377652

Back to posts
Comments:

Post a comment